নব্য ঔপনিৱেশিকতাবাদনব্য-ধ্ৰুপদী

নব্য নৈতিকতা (Assamese) [ Roman: no.byo noi.ti.ko.ta]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-04-13
1. (Abstract Noun) a social, political and literary movement in the post modern era where morality was redefined and moved further away from its religious underpinnings উত্তৰ আধুনিক যুগত আৰম্ভ হোৱা এটা সামাজিক, ৰাজনৈতিক আৰু সাহিত্যিক জাগৰণ, য’ত নৈতিকতাৰ নতুন সংজ্ঞা নিৰ্ণয় কৰা হয় আৰু নৈতিকতাৰ ধৰ্মীয় ভেঁটি শিথিল কৰি পেলোৱা হয়।